Shilongore Monalisha Lyrics - Dr. Bhupen Hazarika | Jayanta Hazarika

Shilongore Monalisha Lyrics in Assamese , Shilongre Monalisha song sung by Bhupen Hazarika and Jayanta  Hazarika.


        

SHILONGORE MONALISHA SONG LYRICS IN ASSAMESE



শ্বিলঙৰে মনালিছা লিংডো 

শ্বিলঙৰে মনালিছা লিংডো

তোমাৰ হাতৰ গীতাৰখনিত 

হিলিবিলি মিউজিক বজাই যোৱাঁ

হিলিবিলি মিউজিক বজাই যোৱাঁ

হিলিবিলি মিউজিক বজাই যোৱাঁ


অ' শ্বিলঙৰে মনালিছা লিংডো 

শ্বিলঙৰে মনালিছা লিংডো 

তোমাৰ হাতৰ গীতাৰখনিত 

হিলিবিলি মিউজিক বজাই যোৱাঁ

হিলিবিলি মিউজিক বজাই যোৱাঁ

হিলিবিলি মিউজিক বজাই যোৱাঁ


মনালিছা, মনালিছা, মনালিছা



তোমাক স্ৰজিলে কোন লীওনাৰ্ডোই

কেনেকে হ'লা তুমি ইমান ধুনীয়া

কেনেকে হ'লা তুমি ইমান ধুনীয়া


  

মনত আছেনে দুয়ো গৰখীয়া

শ্বৰাতিৰ সুৰে সুৰে

কিন কিন বৰষুণে বৰষুণে ভিজা

শ্বিলং পিকত সেই দেওবাৰে পুৱা


হিলিবিলি মিউজিক বজাই যোৱাঁ

হিলিবিলি মিউজিক বজাই যোৱাঁ

হিলিবিলি মিউজিক বজাই যোৱাঁ



তুমি আজি লাবানৰ ক'ৰবাত

আৰু ৰাজধানী সলনিৰ পিছত আহি

হ'লো এতিয়া দিছপুৰীয়া

হ'লো এতিয়া দিছপুৰীয়া


ক্ৰিচেনথিমাম যিমানে ৰঙা

মোৰ তোমাৰ সোঁৱৰণী ও সিমানে ৰঙা

ক্ৰিচেনথিমাম যিমানে ৰঙা

মোৰ তোমাৰ সোঁৱৰণী ও সিমানে ৰঙা

মনালিছা নংপোলৈ এবাৰ আহানা


ময়ো যাম ছুটি পালে নংপোলৈ

মন দিম মন নিম 

গীটাৰৰ সুৰে সুৰে 

অদূৰ মধুৰ কোনোবা ৰাতিপুৱা  


শ্বিলঙৰে মনালিছা লিংডো 

শ্বিলঙৰে মনালিছা লিংডো

তোমাৰ হাতৰ গীতাৰখনিত 

হিলিবিলি মিউজিক বজাই যোৱাঁ

হিলিবিলি মিউজিক বজাই যোৱাঁ

হিলিবিলি মিউজিক বজাই যোৱাঁ ।।



SHILONGORE MONALISHA SONG CREDITS :


Song : Shillongore Monalisha

Singer : Dr. Bhupen Hazarika and Jayanta Hazarika

Post a Comment

0 Comments