Tumi Janane Lyrics, this Assamese song is taken from Hengul Theater. This song is sung by Zubeen garg and Jublee.
TUMI JANANE LYRICS
Tumi janane hagor govir kiman
Mur moromor govirotau himan
Tumi janane aakax bikhal kiman
Mur moromor bikhalotau himan
Etiya mur sowpakhe
Tumar huror gungunoni
Etiya mur hokolute
Mathu tumiyei tumi
Tumi janane kiman aapun tumi
Tumi janane kiman aapun tumi
Jen horog dhuki pao moi ei morotot
Jetiya tumi aahi ruwahi mur kakhot
Dubahut hawoti rakha muk tumar
Tumi ohar porai mur jibon holoni
Hatu rongi ramdhenut koi o rongin tumi
Tumi janane kiman aapun tumi
Protitu ukhahot mur
Etiya tumar anuvov
Tumar moromor kulatei
Lom jironi vagoror
Duyu mili hom etiya aaha ei khyonot
Hopun hopun lage protipol aaji
Tumi ohai porai jibon holoni
Tumi janane kiman aapun tumi
তুমি জানানে সাগৰ গভীৰ কিমান
মোৰ মৰমৰ গভীৰতাও সিমান
তুমি জানানে আকাশ বিশাল কিমান
মোৰ মৰমৰ বিশালতাও সিমান
এতিয়া মোৰ চৌপাশে
তোমাৰ সুৰৰ গুনগুননি
এতিয়া মোৰ সকলোতে
মাথো তুমিয়েই তুমি
তুমি জানানে কিমান আপোন তুমি
তুমি জানানে কিমান আপোন তুমি
যেন সৰগ ঢুকি পাও মই এই মৰতত
যেতিয়া তুমি আহি ৰোৱাহি মোৰ কাষত
দুবাহুত সাৱতি ৰাখা মোক তোমাৰ
তুমি অহাৰ পৰাই মোৰ জীৱন সলনি
সাতোৰঙি ৰামধেনুতকৈও ৰঙীন তুমি
তুমি জানানে কিমান আপোন তুমি
প্ৰতিটো উশাহত মোৰ
এতিয়া তোমাৰ অনুভৱ
তোমাৰ মৰমৰ কোলাতেই
ল’ম জিৰণি ভাগৰৰ
দুইও মিলি হ’ম এতিয়া আহা এই ক্ষ্যণত
সপোন সপোন লাগে প্ৰতি পল আজি
তুমি অহাৰ পৰাই জীৱন সলনি
তুমি জানানে কিমান আপোন তুমি ||
SONG CREDITS :
Song - TUMI JANANE
Singer - Zubeen Garg, Zublee
Language - Assamese
Category - Hengool Theatre
0 Comments