Sheetare Semeka Rati Lyrics | শীতৰে সেমেকা ৰাতি | Dr Bhupen Hazarika

 Sheetare Semeka Rati song, this is a Dr Bhupen Hazarika's famous song. Forgive me if the words of the song are unknowingly wrong.

          



Sheetare Semeka Rati Lyrics



শীতৰে সেমেকা ৰাতি

শীতৰে সেমেকা ৰাতি

 সেমেকা শীতৰে ৰাতি

শীতৰে সেমেকা ৰাতি


বস্ত্ৰবিহীন কোনো খেতিয়কৰ

ভাগি পৰা পজাঁতিৰ

তুঁহ জুই একোৰা

উমি উমি জ্বলি থকা

ৰক্তিম যেন এতি উত্তাপ হও‍ঁ

ৰক্তিম যেন এতি উত্তাপ হওঁ

ৰক্তিম যেন এতি উত্তাপ হওঁ


শীতৰে সেমেকা ৰাতি

শীতৰে সেমেকা ৰাতি

 সেমেকা সেমেকা ৰাতি

শীতৰে সেমেকা ৰাতি


বস্ত্ৰবিহীন কোনো খেতিয়কৰ

ভাগি পৰা পজাঁতিৰ

তুঁহ জুই একোৰা

উমি উমি জ্বলি থকা

ৰক্তিম যেন এতি উত্তাপ হওঁ

ৰক্তিম যেন এতি উত্তাপ হওঁ

শীতৰে সেমেকা ৰাতি

শীতৰে সেমেকা ৰাতি


শীতৰে সেমেকা ৰাতি

খাদ্য বিহীন কোনো দিন মজুৰৰ

প্ৰাণতে লুকাই থকা ক্ষুধা অগনিৰ

হঠাতে ভমকি উঠা

প্ৰচণ্ড যেন এটি প্ৰতাপ হওঁ

প্ৰতাপ হওঁ

মই প্ৰতাপ হওঁ

প্ৰচণ্ড যেন এটি প্ৰতাপ হওঁ

প্ৰতাপ হওঁ

মই প্ৰতাপ হওঁ


শীতৰে সেমেকা ৰাতি

শীতৰে সেমেকা ৰাতি



শীতৰে সেমেকা ৰাতি

শীতৰে সেমেকা ৰাতি

সংখ্যালঘূ কোনো সম্প্ৰদায়ৰ

সংখ্যালঘূ কোনো সম্প্ৰদায়ৰ

ভয়াৰ্ত মনটিৰ নুফুটা আৰ্তনাদ

নিজেই প্ৰকাশ কৰি 

মিঠা যেন এটি নিৰাপত্তা হওঁ

নিৰাপত্তা হওঁ

নিৰাপত্তা হওঁ

 


শীতৰে সেমেকা ৰাতি

কণ্ঠৰুদ্ধ কোনো সুগায়কৰ

কণ্ঠৰুদ্ধ কোনো সুগায়কৰ

প্ৰভাদ আনিব পৰা 

অথচ নোগোৱা এটি

অমৰ গীতৰ বাবে

মই যেন এটি সুধাকণ্ঠ হওঁ

সুধাকণ্ঠ হওঁ

সুধাকণ্ঠ হওঁ


মই যেন এটি সুধাকণ্ঠ হওঁ

মই যেন এটি সুধাকণ্ঠ হওঁ


শীতৰে সেমেকা ৰাতি

সেমেকা  সেমেকা ৰাতি


বস্ত্ৰবিহীন কোনো খেতিয়কৰ

ভাগি পৰা পজাঁতিৰ

তুঁহ জুই একোৰা

উমি উমি জ্বলি থকা

ৰক্তিম যেন এতি উত্তাপ হওঁ

ৰক্তিম যেন এতি উত্তাপ হওঁ

প্ৰচণ্ড যেন এটি প্ৰতাপ হওঁ

মিঠা যেন এটি নিৰাপত্তা হওঁ

মই যেন এটি সুধাকণ্ঠ হওঁ


শীতৰে সেমেকা ৰাতি

শীতৰে সেমেকা ৰাতি ।।


Post a Comment

0 Comments