Moloyar Dupakhit Lyrics, taken from the Assamese super hit film 'Hiya Diya Niya'. This song is sung by Zubin Garg and Tarali Sharma. Moloyar Dupakhit is composed by Zubin Garg.
Moloyar Dupakhit Lyrics
moloyar dupakhit mur monor botora
pothiyalu tumale tumi aadori loba
palu botora kije buku bhora
mure mon bononit tulile dhow huriya
gaane gaane tumi mur
hure hure tumi mur
dure dure noroba mur
pao jen kakhote mur
teje teje tumi mur hua juriya
moloyar dupakhit mur monor botoraa
pothiyalu tumale tumi aadori loba
anubhobi hiyatu dusoku himonatu
jajabori bhabonatu tumihe aasa
puwotire kulaatu hondhiyare aasolotu
bare bare bisaru kaakhole aaha
ahisu ahisu tumi mule suwa
teje teje tumi mur huwa juriya
moloyar dupakhit mur monor botora
pothiyalu tumale tumi aadori loba
paalu tumar botora kije buku bhora
mure mon bononit tulile dhow huriya
uru uru ukhahe duru duru bukue
moru moru hepahe tumake dhiyaai
naasu naasu puhore jolu jolu huruje
phulu phulu phuleu tumar kotha koi
aasu kaakhote duhate bisaari luwa
teje teje tumi mur hua huriya
moloyar dupakhit mur monor botora
pothiyalu tumale tumi aadori loba
paalu botora kije buku bhora
mure mon bononit tulile dhow huriya
gaane gaane tumi mur
hure hure tumi mur
dure dure noroba mur
pao jen kakhote mur
teje teje tumi mur hua juriya
moloyar dupakhit mur monor botora
pothiyalu tumale tumi aadori loba.
Song Credits ::
Singer : Zubeen Garg & Tarali Sharma
Music : Zubeen Garg
Movie : Hiya Diya Niya
Assamese Version _
মলয়াৰ দুপাখিত মোৰ মনৰ বতৰা
পঠিয়ালো তোমালে তুমি আদৰি লবা
পালো বতৰা কিযে বুকু ভৰা
মোৰে মন বননিত তুলিলে ঢৌ সুৰীয়া
গানে গানে তুমি মোৰ সুৰে সুৰে তুমি মোৰ
দূৰে দূৰে নৰবা মোৰ পাওযে কাষতে মোৰ
তেজে তেজে তুমি মোৰ হোৱা জুৰিয়া
মলয়াৰ দুপাখিত মোৰ মনৰ বতৰা
পঠিয়ালো তোমালে তুমি আদৰি লবা
অনুভৱী হিয়াতো দুচকু সিমনাতো
যাযাবৰী ভাৱনাতো তুমিহে আছা
পুৱতিৰে কোলাতো সন্ধিয়াৰে আঁচলতো
বাৰে বাৰে বিচাৰো কাষলে আহা
আহিছো আহিছো তুমি মোলে চোৱা
তেজে তেজে তুমি মোৰ হোৱা জুৰিয়া
মলয়াৰ দুপাখিত মোৰ মনৰ বতৰা
পঠিয়ালো তোমালে তুমি আদৰি লবা
পালো তোমাৰ বতৰা কিযে বুকু ভৰা
মোৰে মন বননিত তুলিলে ঢৌ সুৰীয়া
উৰো উৰো উশাহে দুৰু দুৰু বুকুৱে
মৰো মৰো হেঁপাহে তোমাকে ধিয়ায়
নাচো নাচো পোহৰে জ্বলো জ্বলো সূৰুযে
ফুলো ফুলো ফুলেও তোমাৰ কথা কয়
আছো কাষতে দুহাতে বিচাৰি লোৱা
তেজে তেজে তুমি মোৰ হোৱা সুৰীয়া
মলয়াৰ দুপাখিত মোৰ মনৰ বতৰা
পঠিয়ালো তোমালে তুমি আদৰি লবা
পালো বতৰা কিযে বুকু ভৰা
মোৰে মন বননিত তুলিলে ঢৌ সুৰীয়া
গানে গানে তুমি মোৰ সুৰে সুৰে তুমি মোৰ
দূৰে দূৰে নৰবা মোৰ পাওযে কাষতে মোৰ
তেজে তেজে তুমি মোৰ হোৱা জুৰিয়া
মলয়াৰ দুপাখিত মোৰ মনৰ বতৰা
পঠিয়ালো তোমালে তুমি আদৰি লবা।
0 Comments